মহা অম্বুবাচী মেলালৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত। শক্তিপীঠ কামাখ্যা ধামত উখল-মাখল পৰিৱেশ। কামাখ্যাত সমাগম হাজাৰ হাজাৰ ভক্তৰ।মা কামাখ্যাক দৰ্শন কৰিবলৈ আহিল দেশৰ বিভিন্ন প্ৰান্তৰ ভক্ত। পুৱা ৪ বজাৰ পৰা মা কামাখ্যাক দৰ্শনৰ বাবে শাৰী পাতিছে হাজাৰ হাজাৰ ভক্তই। অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব বৃহস্পতিবাৰে নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত। ২৬ জুনত হ'ব অম্বুবাচীৰ নিবৃত্তি। ২৬ জুনৰ পুৱা পূজাৰ পিছতেই খোলা হ'ব মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। অম্বুবাচীক লৈ সাজু মন্দিৰ পৰিচালনা সমিতি। সাজু কামৰূপ মহানগৰ আৰক্ষী-প্ৰশাসন। ভক্তৰ নিৰাপত্তাৰ বাবে বহু স্থানত CCTV সংস্থাপন। নিশা ৯ বজাৰ পৰা কামাখ্যালৈ ভক্তৰ প্ৰৱেশত বাধা। নিশ
- Today is: