SI জোনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ সংবাদমেল। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত ডিজিপি জি পি সিঙে কয়, " ১৬ মেৰ নিশা আমালৈ এটা খবৰ আহিছিল, এটা দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ মৃত্যু হৈছে। এই ঘটনা সন্দৰ্ভত ৪ টা গোচৰ ৰজু হৈছিল। নগাঁও আৰক্ষী থানাত ৰুজু হৈছিল 443/23 আৰু জখলাবন্ধা থানাত 84/23। জখলাবন্ধা থানাত ৰুজু হোৱা অন্য এটা গোচৰ 87/23। উত্তৰ লক্ষীমপুৰ থানাত ৰুজু হৈ আছে 183/23। জোনমনি ৰাভা সমগ্র ঘটনা CID য়ে তদন্ত কৰিছিল। CID তদন্তৰ সকলো কথা মুখ্যমন্ত্ৰীক জনোৱা হৈছে। আমি আলোচনা কৰি সমগ্র ঘটনা CBIলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত ল'লো। ৰুণা নেওগক বদলি জাননী জোনমনি
- Today is: