অৱশেষত CBI ক অৰ্পণ SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত।

Junmoni

অৱশেষত জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব দিয়া হ'ল CBIক। পৰিয়ালে বিচাৰিলে CBIক তদন্ত দিয়াৰ কথা কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, নগাঁও আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষকক কৰা হৈছে বদলি। নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি। বদলি কৰা হৈছে লখিমপুৰৰ আৰক্ষী অদীক্ষক বেদান্ত মাধৱ ৰাজখোৱাকো। বদলি কৰা হৈছে দুয়োখন জিলাৰ একাধিক আৰক্ষী বিষয়াকো। 

Category
Profile picture for user UB Photos