Doctor couple abuse child

অৱশেষত গ্ৰেপ্তাৰ হ’ল চিকিৎসক সংগীতা দত্ত॥ অসম-মেঘালয় সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰে সংগীতাক॥পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসকগৰাকীক॥ ৰিভয় জিলাৰ আমচিং এলেকাৰ এটা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ সংগীতা দত্তক॥ ধীৰেনপাৰা চিকিৎসালয়ত সম্পন্ন কৰা হয় স্বাস্থ্যপৰীক্ষা॥ পিছত ডাঃ সংগীতাক নিয়া হয় পাণবজাৰ মহিলা থানালৈ॥ নিশাটো পাণবজাৰ মহিলা থানাতে ৰখা হয় সংগীতাক॥ শিশু নিৰ্যাতনৰ মূল অভিযুক্ত চিকিৎসকগৰাকী॥ সংগীতাৰ স্বামী ডাঃ ৱালিউল ইছলাম আছে আৰক্ষী জিম্মাত॥ বনকৰা মহিলা লক্ষী ৰায় সম্প্ৰতি ন্যায়িক জিম্মাত॥সংগীতা দত্তক হাজিৰ কৰোৱা হ’ল CJM আদালতত॥ ADCP নন্দিনী কাকতৰি নেতৃত্বত গ্ৰেপ্তাৰ সংগীতা দত্তক॥ পাণবজাৰ মহিলা থান