Flood

আফগানিস্তানত প্ৰকৃতিৰ ৰুদ্ৰৰূপ
আকস্মিক বানত মৃত্যু ৩০০ৰো অধিক লোকৰ
শুকুৰবাৰে হোৱা মুষলধাৰ বৰষুণৰ ফলত বানৰ তাণ্ডৱ
বৰ্তমানেও সন্ধানহীন বহু লোক
জৰুৰীকালীন অৱস্থা ঘোষণা প্ৰশাসনৰ
উদ্ধাৰ অভিযান অব্যাহত উদ্ধাৰকাৰী দলৰ
ভয়ানক বানৰ ফলত বিচ্ছিন্ন আফগানিস্তানৰ বহু অঞ্চল!