পুনৰ হিমাচল প্ৰদেশত প্ৰৱল বৰষুণ! ভূমিস্খলনৰ ফলত ৰাজ্যখনত ৩০০ৰো অধিক পথ বন্ধ

পুনৰ হিমাচল প্ৰদেশত প্ৰৱল বৰষুণ! বিগত ২৪ ঘণ্টাত ব্যাস নদীয়ে লৈছে তাণ্ডৱ ৰূপ....

পুনৰ হিমাচল প্ৰদেশত প্ৰৱল বৰষুণ! 

বিগত ২৪ ঘণ্টাত ব্যাস নদীয়ে লৈছে তাণ্ডৱ ৰূপ। পাহাৰীয়া ৰাজ্যখনৰ ভিন্ন স্থানত ভয়ংকৰ ভূমিস্খলন। 

ভূমিস্খলনৰ ফলত ৰাজ্যখনত ৩০০ৰো অধিক পথ বন্ধ। উত্তৰাখণ্ডতো ভিন্ন স্থানত অব্যাহত প্ৰৱল বৰষুণ।   আগষ্টত ৰুদ্ৰপ্ৰয়াগত হৈছিল ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনত পোত গৈছিল ২৫জনকৈ লোক

। এতিয়াও ৰুদ্ৰপ্ৰয়াগৰ গৌৰিকুণ্ডত অব্যাহত উদ্ধাৰ অভিযান। এতিয়ালৈ উদ্ধাৰ ৭জনৰ শৱদেহ।    

Category
Profile picture for user UB Photos