প্ৰকৃতিৰ কোপদৃষ্টি! জলমগ্ন ডুবাইত হাহাকাৰ অৱস্থা.....

dubai

প্ৰকৃতিৰ কোপদৃষ্টি!
মৰুভূমিৰ চহৰত ভয়ংকৰ বান
নিশাটোৰ ভিতৰতে ডুব গ’ল ডুবাই চহৰ
জলমগ্ন ডুবাইত হাহাকাৰ অৱস্থা 
ডুবিল ডুবাইৰ আম্ভ্যন্তৰীণ এয়াৰপ’ৰ্টো


ডুবাই সংযুক্ত আৰৱ আমিৰত বানৰ সংহাৰ
জলবায়ু বিশেষজ্ঞৰ সতৰ্কবাণী
জলপ্ৰলয়ত পৰিণত ওমান 
চুবুৰীয়া ওমানত প্ৰচণ্ড বানৰ ফলত মৃতকৰ সংখ্যা ১৮ লৈ বৃদ্ধি
সন্ধানহীনক বিচাৰি বহু পৰিয়ালত হাহাকাৰ
৪.৭৫ ইঞ্চিতকৈও অধিক বৰষুণে ডুবাই পেলাইছে 

সপোনপুৰী ডুবাইত ভয়ংকৰ পৰিস্থিতি। মায়াময় ডুবাইত এতিয়া হাহাকাৰ কৰিবলগা হৈছে বাসিন্দাসকলে। নিশাটোৰ ভিতৰতে পানীত বুৰ গ’ল ডুবাই চহৰৰ সিংহভাগ। চহৰখনৰ বিমানবন্দৰৰ ৰানৱে’ৰ পৰা ৰাজপথলৈকে সকলোতে কেৱল পানী। ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰিছে হাজাৰ হাজাৰ লোক। স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও হাহাকাৰ অৱস্থা ডুবাইবাসীৰ। ইফালে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা প্ৰকাশ বতৰ বিজ্ঞানীৰ।

Category
Profile picture for user UB Photos