শীতকালত সৰু ডাঙৰ প্ৰায়ভাগ লোকেই কম-বেছি পৰিমাণে চৰ্দি-কাহত আক্ৰান্ত হয়।ঠাণ্ডাৰ ফলত বহুতে আকৌ কাণত বিষ বা যন্ত্ৰণা অনুভৱ কৰে। তদুপৰি কাণত তৰল পদাৰ্থ জমা হ’লে বা প্ৰদাহৰ বাবে প্ৰচণ্ড বিষ অনুভৱ হয়।
- Read more about হঠাৎ কাণত যন্ত্ৰণা অনুভৱ হ’লে কি কৰিব আপুনি?
- Log in to post comments