তৰমুজৰ বীজ কেতিয়াবা আপোনাৰ পেটলৈ গৈছে নেকি? তৰমুজৰ বীজ পেটলৈ গ'লে কি হ'ব পাৰে?.... UB Photos May 02 / 2024 এতিয়া তৰমুজ (Watermalon)ৰ বতৰ। গৰমৰ বতৰত স্বাস্থ্যৰ বাবে অতি উপকাৰী ফল তৰমুজ। তৰমুজত আছে ৯২ শতাংশ পানী। সেয়ে গৰমৰ বতৰত তৰমুজে আপোনাৰ দেহ-মন শাঁত পেলায়। পানীৰ লগতে তৰমুজত প্ৰচুৰ পৰিমাণে থাকে পুষ্টি, ভিটামিন আৰু খনিজ আইৰণ। তৰমুজত প্ৰচুৰ পৰিমাণে বিটা কেৰোটিন আৰু ভিটামিন ‘A’ থাকে ৷ Tags UB Photos UB News Assamese News Watermalon Watermalon Benifits health Health Tips Read more about তৰমুজৰ বীজ কেতিয়াবা আপোনাৰ পেটলৈ গৈছে নেকি? তৰমুজৰ বীজ পেটলৈ গ'লে কি হ'ব পাৰে?....Log in to post comments