উফফ, অসহনীয়! ধ্বংসস্তুপৰ মাজত কন্যাৰ নিথৰ হাতখন ধৰি দুৰ্ভগীয়া পিতৃ UB Photos February 08 / 2023 সোমবাৰে তুৰ্কী আৰু চিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পই প্ৰাণ কাঢ়িলে ৮০০০ হাজাৰৰো অধিক লোকৰ। এতিয়াও বহু লোক নিৰুদ্দেশ হৈ আছে। এতিয়া মাথো তুৰ্কীৰ দুখ লগা ছবিয়ে কন্দুৱাইছে বিশ্ববাসীক। Tags UB Photos UB News Turkey Earthquake Assam Assamese News Read more about উফফ, অসহনীয়! ধ্বংসস্তুপৰ মাজত কন্যাৰ নিথৰ হাতখন ধৰি দুৰ্ভগীয়া পিতৃLog in to post comments