‘যি হ’লেও তোক একো হ’ব নিদিও!’ তুৰস্কৰ ধ্বংসস্তুপত ভাতৃক সুৰক্ষা এগৰাকী ৭ বছৰীয়া কণমানিৰ

Turkey

তুৰস্কৰ ভয়ংকৰ ভূমিকম্পই সৃষ্টি কৰিলে এখন অসহনীয় ছবিৰ। ধ্বংসস্তুপত পৰিণত তুৰস্কৰ বাবে আমি মাত্ৰ প্ৰাৰ্থনাহে কৰিব পাৰো।তুৰস্কৰ ইখনৰ পিছত সিখন অসহনীয় ছবিয়ে কন্দুৱাইছে বিশ্ববাসীক। এগৰাকী ৭ বছৰীয়া কণমানিয়ে উদ্ধাৰ নোহোৱা লৈকে ১৭ ঘন্টা ধৰি ভায়েকৰ মূৰটো ৰক্ষা কৰি থাকিল। কোনো বিপদ হব নিদিলে ভাতৃক। জানিব পৰা মতে দুয়ো কণমানিকে উদ্ধাৰ কৰিলে উদ্ধাৰকাৰী দলে। ফটোখন ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি মহম্মদ চাফাই টুইটাৰত শ্বেয়াৰ কৰিছে।

Category