উফফ, অসহনীয়! ধ্বংসস্তুপৰ মাজত কন্যাৰ নিথৰ হাতখন ধৰি দুৰ্ভগীয়া পিতৃ

Turkey

সোমবাৰে তুৰ্কী আৰু চিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পই প্ৰাণ কাঢ়িলে ৮০০০ হাজাৰৰো অধিক লোকৰ। এতিয়াও বহু লোক নিৰুদ্দেশ হৈ আছে। এতিয়া মাথো তুৰ্কীৰ দুখ লগা ছবিয়ে কন্দুৱাইছে বিশ্ববাসীক।

1

ধ্বংসস্তুপৰ মাজতেই এগৰাকী দুৰ্ভগীয়া পিতৃয়ে কন্যাৰ নিথৰ হাত খন ধৰি অসহায় অৱস্থাত ৰৈ আছে। কাকো বুজাব পৰা নাই তেওঁৰ বেদনা।

উল্লেখ্য যে ভূমিকম্পৰ কেন্দ্ৰস্থল তুৰ্কীৰ নুৰদাগী চহৰৰ পৰা প্ৰায় ২৬ কিলোমিটাৰ পূব আনাটোলিয়ান ক্ৰুটিৰ এপৰত প্ৰায় ১৮ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল।

 

Category