Blood pressure

ৰক্তচাপৰ সমস্যাৰ কথা প্ৰায় সকলোৰে মুখতেই শুনিব পোৱা যায়। ৰক্তচাপ কমিলে মূৰ ঘূৰোৱা, ক্লান্তি ভাৱ, সংজ্ঞা হেৰুওৱা, বুকু ধৰফৰ কৰা, চকুৱে ধোৱাকোৱা দেখা আৰু শ্বাস-প্ৰশ্বাস লোৱাত সমস্যা হয়। তদুপৰি হঠাতে ৰক্তচাপ কমিলে মস্তিস্ক, কিডনী আৰু হৃদযন্ত্ৰত স্বাভাৱিক ৰক্তপ্ৰৱাহ ব্যাহত হয়।এনেকুৱা হ’লে