Arjun Tendulkar

যেনে পিতৃ তেনে পুত্ৰ! প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ অভিষেক মেচতে শচীন তেণ্ডুলকাৰৰ পুত্ৰৰ অনবদ্য বেটিং প্ৰদৰ্শন। ৰঞ্জি ট্ৰফীৰ মেচত গোৱাৰ হৈ শতক অৰ্জন অৰ্জুন তেণ্ডুলকাৰৰ ।