wealth vastu tips

হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিন কোনোবা নহয় কোনোবা দেৱ-দেৱীৰ নামত উৎসৰ্গা কৰা হয়। একেদৰে বৃহস্পতিবাৰৰ দিনটো ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীৰ নামত উচৰ্গা কৰা হয়। এই দিনটোত ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীক একেলগে পূজা কৰিলে সুফল পোৱা যায় বুলি ধৰ্মীয় বিশ্বাস আছে। 

বৃহস্পতিবাৰে কি কি কাম কৰিলে ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মী অসন্তুষ্ট হয় সেই বিষয়ে জানো আহক -