house jyotis

প্ৰতিজন মানুহেই যিমান পাৰে তাতোতকৈ বেছি উপাৰ্জন কৰিবলৈ চেষ্টা কৰে। কিছু সংখ্যকে উপাৰ্জন কৰে যদিও, জমা কৰিব নোৱাৰে সেই ধন। আয়-ব্যয়ৰ মাজত ভাৰসাম্যহীনতাৰ বাবে এজন ব্যক্তি দুখীয়া হৈয়েই থাকে। জ্যোতিষ আৰু বাস্তু শাস্ত্ৰৰ মতে ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে। বাস্তু শাস্ত্ৰ অনুসৰি ঘৰৰ তিনিটা স্থানত দৰিদ্ৰতাই বাস কৰে বুলি বিশ্বাস কৰা হয়। দৰিদ্ৰতাৰ পৰা ৰক্ষা পৰিবলৈ কিছু ব্যৱস্থা আছে। সলনি কৰক ঘৰখনৰ এইকেইটা বস্তুৰ স্থান আপোনাৰ ঘৰতো জমা হ'বলৈ আৰম্ভ কৰিব টকা।