Vastu Shastra

ভুলটো তুলসীৰ আশে-পাশে নাৰাখিব এইসমূহ সামগ্ৰী, নহ'লে লগ এৰিব মা লক্ষ্মীয়ে। হিন্দু ধৰ্ম অনুসৰি তুলসী গছত বাস কৰে দেৱী লক্ষ্মীয়ে। ধৰ্মীয় ৰীতি-নীতি অনুসৰি তুলসীত দৈনিক পানী ঢলাটো অতি শুভ বুলি গণ্য কৰা হয়। বাস্তু শাস্ত্ৰতো তুলসীৰ যথেষ্ট গুৰুত্ব আছে। জনবিশ্বাস অনুসৰি ঘৰত তুলসী গছ ৰোপণ কৰিলে ধন-সম্পত্তিৰ বৃদ্ধি হোৱাৰ লগতে বৃদ্ধি হয় সুখ সমৃদ্ধিৰো। কিন্তু বহু সময়ত তুলসীৰ লগত জড়িত কিছুমান বাস্তু নিয়ম মানি নচলাৰ বাবে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। গতিকে এতিয়াৰ পৰা তুলসী গছৰ ওচৰত এইসমূহ সামগ্ৰী নাৰাখিব।