Dolo 650

বিতৰ্কৰ মাজত সোমাই পৰিছে DOLO 650 টেবলেটৰ প্ৰচলন।

ক’ভিড মহামাৰীৰ সময়ত অত্যধিকভাৱে চাহিদা বৃদ্ধি পাইছিল DOLO 650য়ে। কিন্তু DOLO 650 বিক্ৰীৰ বাবে ঔষধ প্ৰস্তুত কৰা কোম্পানীটোৱে ১০০০ কোটি টকা চিকিৎসকক উপহাৰ হিচাপে প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে।