Zakir Sir

জাকিৰ ছাৰে পলুৱাই নিলে নিজ বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীক ! পঢ়াব লাগিছিল কি কিন্তু পঢ়ালে কি?

জাকিৰ ছাৰৰ অন্তৰত আছে কোটিটকীয়া প্ৰেম। সপ্তম শ্ৰেণীৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত গঢ়ি উঠা প্ৰেম বাস্তৱত পৰিণত কৰাৰ বাবে ছাৰে পলুৱাই নিলে ছাত্ৰীক। শিক্ষৰকৰ নামত পাষাণটোৰ কাণ্ডক লৈ সমগ্ৰ অঞ্চলটোতে এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

১৯৬০ চনত স্থাপিত হোৱা এখন বিদ্যালয়ত প্ৰেমৰ দাগ লগালে এইজন শিক্ষক জাকিৰে। শিক্ষক জাকিৰৰ অন্তৰত আছে আপুনি মই ১ কোটি টকা দি কিনিব নোৱাৰা প্ৰেম। এই ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলৰ ৰাইজৰ মুখে মুখে জাকিৰ ছাৰৰ প্ৰেমৰ কাহিনী। সমগ্ৰ অঞ্চলযুৰি বলিছে প্ৰেমৰ বতাহ।