Assam Education System

ভুৱা PhD ডিগ্ৰীক লৈ কঠোৰ ৰাজ্যৰ শিক্ষা বিভাগ। ৪২ খন মহাবিদ্যালয়ৰ ৭০ গৰাকী সহকাৰী অধ্যাপক /গ্ৰন্থাগাৰিকলৈ চমন শিক্ষা বিভাগৰ।

তেওঁলোকে দেখুৱাব লাগিব PhD ডিগ্ৰীৰ অৰিজিনেল নথিপত্ৰ ৷ একাংশই ভুৱা PhD ডিগ্ৰীৰে চাকৰি কৰি থকাৰ তথ্য পাইছিল ৰাজ্য চৰকাৰে।

কেইবাজনো PhD ডিগ্ৰী ধাৰকৰ বিৰুদ্ধে ভুৱা PhD ৰখাৰ অভিযোগ উত্থাপন হোৱাৰ পিছত এই পদক্ষেপ লোৱা হৈছিল।