Google Translate

Google Translatorত  সংযোজিত হ'ল অসমীয়া ভাষা। আজি গুগলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এই কথা।

গুগলৰ ভাষা-অনুবাদ সঁজুলি, 'গুগল ট্ৰান্সলেট' আপডেট কৰা হৈছে যাৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ অসম, মিজো আৰু মণিপুৰী ভাষাকে ধৰি মুঠ ২৪টা নতুন ভাষাৰ সংযোজন কৰা হৈছে।

লক্ষণীয়ভাৱে, তালিকাত অন্তৰ্ভুক্ত কৰা আন ভাৰতীয় ভাষাবোৰ হৈছে সংস্কৃত, ভোজপুৰী, কোঙ্কণী, ডোগৰী ইত্যাদি।