PMO

তিনিদিনীয়া ভ্ৰমণে সূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন আৰু জাপানৰ প্ৰধানমন্ত্ৰী যোশীহিদী চুগাক সাক্ষাৎ কৰে নৰেন্দ্ৰ মোদীয়ে।

বৃহস্পতিবাৰে, আমেৰিকাৰ বিভিন্ন খণ্ডৰ CEOৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰীগৰাকী। Qualcomm, Adobe, First Solar, General Atomics, and Blackstoneৰ CEOৰ সৈতে মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।