Containtment Zone

মহানগৰীৰ ৯খন শিক্ষানুষ্ঠান কণ্টেইনমেণ্ট জ'ন ঘোষণা। ভয়ংকৰ হাৰত কোভিডৰ সংক্ৰমণ হোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে।

কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা বিদ্যালয়সমূহ হ’ল আৰ পি হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়, সোণাৰাম হাইস্কুল, ক্ষেত্ৰী CHC, কামাখ্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়, গুৰুকুল গ্ৰামাৰ বিদ্যালয়, ৰহমান নাৰ্ছিং আৰু পেৰামেডিকেল প্ৰতিষ্ঠান, অসম জাতীয় বিদ্যালয় নুনমাটি, আৰ্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বাথৌপুটি উচ্চতম মাধ্যমিক বিদ্যালয় আহোম গাঁও।