Vicky Gupta

পাৰ্ছনেল বণ্ডত জামিন মঞ্জুৰ বিকি প্ৰসাদ গুপ্তাৰ। 

কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰে বিকি গুপ্তাৰ। থানাৰ OC আৰু IO উপস্থিত আছিল আদালতত। আৰক্ষীয়ে দোষ স্বীকাৰ কৰিছে আদালতত।

উল্লেখ্য় যে, ঘটনাত জড়িত সকলোৰে বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। আন ৫ গৰাকী আৰক্ষীকো চমন দিয়া হৈছে। ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪, ৩২৫, ৩৫৩, ৩৪১ ধাৰাত কাৰদণ্ড বিহা হৈছিল বিকিক। 

পূৰ্বে বিকি গুপ্তা জে'ললৈ যোৱাৰ কথা খণ্ডন কৰিছে পত্নীয়ে। পল্টন বজাৰ আৰক্ষীয়ে ফাইনেল ৰিপ’ৰ্ট দাখিল কৰিলে দোষমুক্ত হ'ব বিকি গুপ্তা।