Guwahati Visit

অসমত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন। বুধবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

nirmala

বৃহস্পতিবাৰে, নৱগ্ৰহ মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায় মন্ত্ৰী সীতাৰমনে।