Bike Stunt

বাইক ষ্টান্টৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে ললে বিশেষ পদক্ষেপ। বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কৰিলে টুইট । গতিকে বাইক ষ্টান্ট কৰা দেখিলেই পলম নকৰি খবৰ দিব আৰক্ষীক।