পলম নকৰিব! বাইক ষ্টান্ট কৰা দেখিলেই খবৰ দিয়ক আৰক্ষীক

Assam Police

বাইক ষ্টান্টৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে ললে বিশেষ পদক্ষেপ। বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কৰিলে টুইট । গতিকে বাইক ষ্টান্ট কৰা দেখিলেই পলম নকৰি খবৰ দিব আৰক্ষীক।

Category
Profile picture for user UB Photos