Cottonian Protest

বিগত কিছুদিনৰ পৰা নিযুক্তি প্ৰক্ৰিয়াত কেতবোৰ গুৰুতৰ অভিযোগ উত্তাপন হৈছে। 

শেষতীয়াকৈ নিযুক্তিৰ নামত ইটোৰ পিছত দালাল চক্ৰ গ্ৰেপ্তাৰ হোৱাৰ চিন্তিত হৈ পৰিছে শিক্ষাৰ্থী সকল।

Cotton Protest
 

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি সন্দৰ্ভত ভিক্টৰ দাসৰ অভিযোগৰ পিছত জনসিঞ্চন বিভাগৰ ৭ দালালক গ্ৰেপ্তাৰ কৰাৰ পাছত সংক্ৰিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰী।