International

মঙলবাৰে প্ৰায় ৫০০ বছৰৰ পাছত ৰাম জনমভূমি অযোধ্যাত প্ৰান প্ৰতিষ্ঠা হ’ব ৰাম মন্দিৰ। বিদেশী ৫৫ খন দেশৰ পৰা ১০০ জনতকৈয়ো অধিক অতিথিক আমন্ত্ৰণ কৰিছে।