News Today

গ্ৰীষ্ম প্ৰবাহক লৈ বতৰ বিজ্ঞানৰ সতৰ্কবাণী

উৎকট গৰমে দহিছে ভাৰতবৰ্ষ

অগ্নিপিণ্ডলৈ পৰ্যবসিত সমগ্ৰ দেশ

কেইবাখনো ৰাজ্যত তাপমাত্ৰাই চুলে ৪২-৪৫ ডিগ্ৰী

স্বাভাৱিক হাৰতকৈ ৪-৮ ডিগ্ৰী ছেলছিয়াছলৈ বৃদ্ধি তাপমাত্ৰা

গ্ৰীষ্ম প্ৰবাহক লৈ বতৰ বিজ্ঞানৰ সতৰ্কবাণী

দিল্লী, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, বিহাৰ, উত্তৰ প্ৰদেশ, কেৰেলা

কৰ্ণাটক, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, তেলেংগানাত গ্ৰীষ্ম প্ৰবাহ

ৰাজ্যসমূহত ব্যাহত হৈছে স্বাভাৱিক জীৱনযাত্ৰা

কেইবাখনো ৰাজ্যত জাৰি বিশেষ সতৰ্কতামূলক নিদেৰ্শনা

কেৰেলাত ২৪ ঘণ্টাত দুজনৰ মৃত্যু!