Protest

আমবাৰীৰ অসম টেক্সটাইল ইনষ্টিটিউটৰ সমুখত প্ৰতিবাদ
অগপৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত থকা গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ
প্ৰকৃতিক লৈ পংক্তি লিখি গছসমূহত আৰিলে বেনাৰ
উৰণসেতুৰ বাবে পুনৰ গছ কটাৰ সিদ্ধান্ত লোকনিৰ্মাণ বিভাগৰ
নুনমাটি-দীঘলীপুখুৰীলৈ উৰণ সেতুৰ নিৰ্মাণৰ বাবে এই সিদ্ধান্ত 

দীঘলীপুখুৰী-নুনমাটি উৰণসেতু নিৰ্মাণৰ নামত চৰকাৰে অধিগ্ৰহণ কৰিব ভূমি। ইতিমধ্যে, ৬ এপ্ৰিলত ১২টা পৰিয়ালক দিয়া হৈছে জাননী। চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবে লোকনির্মাণ বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ভূমি অধিগ্ৰহণ কৰিলে ভঙা যাব আমবাৰীৰ অগপ মুখ্য কাৰ্যালয় ষ্টাৰ্টআপৰ দৰে কাৰ্যালয়।