মাজুলীত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ

Majuli Accident Protest

মাজুলীবাসীৰ অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজেও অব্যাহত ৰাখিছে প্ৰতিবাদ।

ক্ৰমাত আধিক তীব্ৰতৰ হৈ পৰিছে অব্যাহত। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ ঘটনা সংঘটিত হৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠীচালনা। প্ৰতিবাদকাৰীৰ সৈতে খণ্ডযুদ্ধতো লিপ্ত আৰক্ষী।

Category
Profile picture for user UB Photos