Chargesheet

NIA আদালতত কাৰাৰুদ্ধ আলফা নেতা প্ৰাণময় ৰাজগুৰু।

আলফা চৰকাৰৰ আলোচনাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কাৰাৰুদ্ধ নেতাগৰাকীৰ।

সাৰ্বভৌমত্বৰ পৰিবৰ্তে আত্মনিয়ন্ত্ৰণৰ পূৰ্ণ অধিকাৰ আৰু বিচ্ছিনতাৰ অধিকাৰৰ বিষয়টো আলোচনাৰ বিষয়বস্তু হ'ব পাৰে, পৰেশ বৰুৱালৈ এয়া মোৰ আহ্বান বুলি তেওঁ কয়।

জুৰোডৰ বোমা বিস্ফোৰণৰ  গোচৰত তেওঁক আদালতত হাজিৰ কৰোৱা হৈছিল।

উল্লেখ্য় যে, আজি গোচৰটোৰ চাৰ্জ ফ্ৰেমৰ শুনানি আছিল। আদালতে চাৰ্জ ফ্ৰেমৰ বাবে ১২জানুৱাৰী দিনটো ধাৰ্য কৰিছে।