BREAKING NEWS: কাৰামুক্ত হ’ল বিধায়ক শ্বেৰমান আলী

Sherman Ali Bail

◼কাৰামুক্ত হ’ল বিধায়ক শ্বেৰমান আলী

◼CJM আদালতে সোমবাৰে মঞ্জুৰ কৰে বিধায়কগৰাকীৰ জামিন

◼চাৰ্জশ্বীট দিব নোৱাৰাৰ বাবেই জামিন দিয়া হ’ল শ্বেৰমানক

◼ইতিমধ্য তেওঁৰ জামানত নামা আদালতত দাখিল কৰিছে

◼অসম আন্দোলনৰ শ্বহীদক অপমান কৰি গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী

◼গ্ৰেপ্তাৰৰ পিছত মুখ্যমন্ত্ৰী সন্দৰ্ভতো বিৰূপ মন্তব্য দিছিল বিধায়ক গৰাকীয়ে

Category
Profile picture for user UB Photos