Resident doctors

দেশজুৰি প্ৰতিবাদত বহিল কনিষ্ঠ চিকিৎসক। দিল্লীত (বিক্ষোভ) চিকিৎসকৰ ওপৰত আৰক্ষীয়ে কৰা নিৰ্যাতনৰ বিৰুদ্ধে বুধবাৰে সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে কনিষ্ঠ চিকিৎসকসকলে। অসমতো প্ৰতিবাদ সাব্যস্ত কৰিছে GMCHৰ কনিষ্ঠ চিকিৎসক সন্থাই।

উল্লেখ্য যে, চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্রমৰ সৰ্বভাৰতীয় পৰীক্ষা নীট পিজিৰ কাউঞ্চেলিং অনুষ্ঠিত কৰা নাই কেন্দ্ৰীয় চৰকাৰে।শীঘ্রেই PG কাউঞ্চেলিং অনুষ্ঠিত কৰাৰ দাবীৰে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছিল কনিষ্ঠ চিকিৎসকলে।