South Africa

ক’ভিড-১৯ৰ নতুন প্ৰজাতি অমিক্ৰনক লৈ সমগ্ৰ বিশ্বজুৰি চলিছে ব্যাপক চৰ্চা। বহুকেইখন দেশত ইতিমধ্যেই জাৰি কৰা হৈছে সতৰ্কতা। দক্ষিণ আফ্ৰিকাত উদ্ভৱ হোৱা এই নতুন প্ৰজাতি ৰোধ কৰিবলৈ বহু দেশেই বাতিল কৰিছে দক্ষিণ আফ্ৰিকাৰ পৰা আহিবলগীয়া বিমান।

বৰ্তমান সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে ক’ভিডৰ নতুন ভেৰিয়েন্ট অমিক্ৰনে। বৃহস্পতিবাৰে,দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানীসকলে এক পৰীক্ষাৰ পিছতে প্ৰকাশ কৰে যে, ডেল্টা বা বেটাতকৈ তিনিগুণ অধিক শক্তিশালী অমিক্ৰন।