Child Birth

স্বাস্থ্য কেন্দ্ৰত এগৰাকী নাৰ্ছ আৰু চিকিৎসকৰ  জঘন্য  ঘটনা।  প্ৰসৱ বেদনাত ছটফটাই থকা এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসালয়ত দুৰ ব্যৱহাৰ কৰি খেদি পঠালে নাৰ্ছে।

বৰপেটা জিলাৰ অন্তৰ্গত আলোপতি চৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে  জঘন্য ঘটনা। চিকিৎসালয়ত কৰ্মৰত এগৰাকী GNM নাৰ্ছ বন্দনা ডেকাৰ দুৰ ব্যৱহাৰ l নাৰ্ছ বন্দনা ডেকাৰ দুৰ ব্যৱহাৰৰ বিৰুদ্ধে ৰোগীৰ গুৰুতৰ অভিযোগ।