BSNLয়ে ভাৰতৰ প্ৰথমটো ডাইৰেক্ট-টু-ডিভাইচ চেটেলাইট সেৱা আৰম্ভ কৰে। ইয়াৰ মূল লক্ষ্য হৈছে ভাৰতৰ প্ৰথমটো উপগ্ৰহৰ পৰা ডিভাইচলৈ দুৰ্গম অঞ্চলত সংযোগৰ ব্যৱধান দূৰ কৰা।
উল্লেখ্য যে, ভাৰত সঞ্চাৰ নিগম লিমিটেডে (BSNL) ভাৰতৰ প্ৰথমটো চেটেলাইট-টু-ডিভাইচ সেৱা প্ৰৱৰ্তন কৰিছে, যিটো দেশৰ অতি দুৰ্গম অঞ্চলৈও নিৰৱচ্ছিন্ন সংযোগ সম্প্ৰসাৰণ কৰিব পৰাকৈ ডিজাইন কৰা হৈছে।
বুধবাৰে Indian Department of Telecommunications বিভাগে ঘোষণা কৰা এই নতুন সেৱা কেলিফৰ্ণিয়াস্থিত যোগাযোগ প্ৰযুক্তি কোম্পানী ভিয়াছাটৰ সহযোগত চেটেলাইট-টু-ডিভাইচ সেৱা প্ৰৱৰ্তন কৰিছে । আৰু ইয়াৰ লক্ষ্য হৈছে সীমিত বা কোনো চেলুলাৰ কভাৰেজ নথকা অঞ্চলত নিৰৱচ্ছিন্ন নেটৱৰ্ক প্ৰৱেশ প্ৰদান কৰা।
- Log in to post comments