Coal mining

কয়লা চিন্ডিকেটৰ অবৈধ বাণিজ্যৰ বন্ধ কৰিবলৈ মূখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নিৰ পিছতো ৰহস্যজনক ভাবে অব্যাহত আছে মেঘালয়ৰ পৰা কলা কয়লাৰ কালা বাণিজ্য।

মেঘালয়ৰ কয়লা অসমৰ কাকত দেখুৱাই বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ কয়লা ৰপ্তানীৰ কালা বাণিজ্য অব্যাহত আছে।