Sherman Ali

বৰপেটাৰ উচ্ছেদস্থলীৰ পৰা বিধায়ক শ্বেৰমান আলীক আটক। উচ্ছেদ বন্ধ কৰিবলৈ গৈছিল বিধায়কজন। বটদ্ৰৱাৰ পিছত আজি বৰপেটাত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰায় ৪০০ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। বাঘবৰৰ সত্ৰকনৰাত চৰকাৰী ভূমিত চলিছে এই উচ্ছেদ অভি