
AIUDFলৈ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী। কংগ্ৰেছ এৰি AIUDFলৈ ঢাপলি মেলিলে শ্বেৰমান আলী।
দেওবাৰে, পাঠশালাত AIUDFৰ নেতা-কৰ্মীক সাক্ষাৎ কৰে বিধায়কগৰাকীয়ে। গামোচা, শৰাইৰে বাঘবৰৰ বিধায়কক আদৰণিও জনায় AIUDFৰ নেতা-কৰ্মীয়ে।
অৱশ্যে, বিধায়কগৰাকীয়ে এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যোগদানৰ কথা।
উল্লেখ্য যে, কেইবামাহ পূৰ্বে শ্বহীদ সন্দৰ্ভত মন্তব্য কৰি কংগ্ৰেছৰ পৰা নিলম্বিত হৈছিল বিধায়কগৰাকী। পিছে কিছুদিনপূৰ্বে কাৰাগাৰৰ পৰা মুক্ত হোৱা বিধায়কগৰাকীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে AIUDFত যোগদানৰ।
Category
- Log in to post comments