UB News

বিজেপি চৰকাৰৰ জলজীৱন মিছন আঁচনিৰ বিফলতা আৰু এই বিভাগটোত হোৱা ব্যাপক দুৰ্নীতিৰ প্ৰতিবাদত তৎকালীনভাৱে চি.বি.আইৰ তদন্তৰ বিচাৰি ধেমাজিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতত ধৰ্ণা কাৰ্যসূচী।।