আজি দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব আতিশী মাৰ্লেনাই....

Atishi Marlena

আজি দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব আতিশী মাৰ্লেনাই
মাৰ্লেনাৰ লগতে শপত ল’ব ৫জনকৈ কেবিনেট মন্ত্ৰীয়েও
আতিশীৰ কেবিনেটত থাকিব গোপাল ৰায়, সৌৰভ ভৰদ্বাজ
আতিশীৰ কেবিনেটত কৈলাশ গেহলট, ইমৰান হুছেইন
কেবিনেটত থাকিব মুকেশ আহলাৱত
দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী হ’ব আতিশী
দিল্লী চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছিল আতিশী
কেজৰিৱালৰ পদত্যাগৰ পিছতে মুখ্যমন্ত্ৰীৰূপে প্ৰক্ষেপ আতিশীক
বিধায়িনী দলৰ বৈঠকত আতিশীক মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত

Category