ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল ঘোষণা
বিনা প্ৰতিদ্বন্দ্বিতাৰে উচ্চ সদনলৈ ২ বিজেপি প্ৰাৰ্থী
ৰামেশ্বৰ তেলী আৰু মিছনৰঞ্জন দাসক বিজয়ী ঘোষণা
আনুষ্ঠানিকভাৱে ঘোষণা নিৰ্বাচনী বিষয়াৰ
দুয়োগৰাকী প্ৰাৰ্থীকে প্ৰদান জয়ৰ প্ৰমাণ পত্ৰ
প্ৰয়োজনীয়সংখ্যক বিধায়কৰ অভাৱত বিৰোধীৰ ৱাক অভাৰ
বিৰোধীয়ে প্ৰক্ষেপ কৰা নাছিল প্ৰাৰ্থী
কম সময়ৰ বাবে দুয়ো প্ৰতিনিধিত্ব কৰিব ৰাজ্যসভাত
Category
- Log in to post comments