T-20 WORLD CUPৰ বাবে ভাৰতীয় দল ঘোষণা
পুনৰ ৰোহিত শৰ্মাক ভাৰতীয় দলৰ নেতৃত্ব প্ৰদান
হাৰ্দিক পাণ্ডিয়াক সহ-অধিনায়কৰ দায়িত্ব
দলত আছে ক্ৰমে যশস্বী জয়ছোৱাল, বিৰাট কোহলি
সূৰ্য কুমাৰ যাদৱ, ঋষভ পণ্ট, সঞ্জু ছেমছন, শিৱম ডুবে
ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদ্বীপ যাদৱ
য়ুজবেন্দ্ৰ চহল, অৰ্শ্বদীপ সিং, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ
অতিৰিক্ত হিচাপে ৰখা হৈছে শুভমন গীল, ৰিংকু সিঙক
অতিৰিক্ত হিচাপে ৰখা হৈছে খলিল আহমেদ, আৱেশ খানক
- Today is: