Viswakarma Puja

কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা! সমগ্ৰ দেশৰ লগতে অসমতো ধুমধামেৰে পালন কৰিব বিশ্বকৰ্মাৰ পূজা। ইতিমধ্যেই সকলোৱে প্ৰস্তুতি আৰম্ভ কৰিছে। কিন্তু আপুনি জানেনে যে এখন অসমতে আছে বিশ্বকৰ্মাৰ এটা বিশেষ মন্দিৰ। ক'ত আছে এই মন্দিৰটো?

বিশ্বকৰ্মা হৈছে স্থাপত্যবিদ্যা আৰু শিল্পৰ হিন্দু দেৱতা। ঋকবেদৰ মতে তেওঁৰ সৃজনশীল শক্তিৰ বলত গোটেই বিশ্বক ধৰি ৰাখিছে। তেওঁক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টকৰ্তা হিচাপে গণ্য কৰা হয়। আমাৰ অসমতো আছে বিশ্বকৰ্মাৰ এটা বিশেষ মন্দিৰ। এই মন্দিৰটো অতি পুৰণি।আৰু গুৱাহাটীত অৱস্থিত।