Politics

কাইলৈ দেশত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন
অসমৰ ৫ সংসদীয় সমষ্টিত হ’ব ভোটগ্ৰহণ
নগাঁও, দৰং-ওদালগুৰি, শিলচৰ, কৰিমগঞ্জ, ডিফুত ভোট
ভোটকেন্দ্ৰলৈ ৰাওনা প’লিং, প্ৰিজাইডিং বিষয়া
কৰিমগঞ্জত সৰ্বাধিক ২৪ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা
নগাঁৱত ১৩ প্ৰাৰ্থীৰ মাজত হ’ব আসনৰ যুঁজ
দৰং-ওদালগুৰিত ১১ প্ৰাৰ্থীৰ মাজত হ’ব ভোটযুদ্ধ
শিলচৰতো ৮গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা
ডিফু সংসদীয় সমষ্টিত ৫ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা
দেশৰ ১৩ ৰাজ্যৰ ৮৯ সমষ্টিত হ’ব ভোটগ্ৰহণ