Sick

জ্বৰ হোৱাৰ পাছতে অসুস্থ হৈ পৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং। লগে লগে দিল্লীস্থিত এইমছত ভৰ্তি কৰোৱা হয় ড০ সিঙক।

কিন্তু দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ স্বাস্থ্য বৰ্তমান কিছু সুস্থিৰ বুলি জলাইছে এইমছৰ চিকিৎসকে।

ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।