এইমছত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙ! স্বাস্থ্যৰ অৱস্থা এতিয়া কেনেকুৱা?

এইমছত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙ! স্বাস্থ্যৰ অৱস্থা এতিয়া কেনেকুৱা?

জ্বৰ হোৱাৰ পাছতে অসুস্থ হৈ পৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং। লগে লগে দিল্লীস্থিত এইমছত ভৰ্তি কৰোৱা হয় ড০ সিঙক।

কিন্তু দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ স্বাস্থ্য বৰ্তমান কিছু সুস্থিৰ বুলি জলাইছে এইমছৰ চিকিৎসকে।

ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

Category
Profile picture for user UB Photos