Kamakhya Temple

১৯৯৫ চনৰ পৰা সুদীৰ্ঘ কালৰ বাবে মন্দিৰ প্ৰসাশন চলোৱা দেৱোত্তৰ ব’ৰ্ডৰ কেলেংকাৰি পোহৰলৈ। সেই সময়ৰ মুখ্য প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মা আৰু অন্যান্য বিষয়ববীয়াৰ ঘৰত EDৰ অভিযান। দলৌ সমাজক কৈশলেৰে আতৰাই মন্দিৰ প্ৰসাশনৰ দায়িত্ব লোৱা দেৱোত্তৰ ব’ৰ্ডৰ কেলেংকাৰি আহিল পোহৰলৈ। মা কামাখ্যাই ক্ষমা নকৰিলে কাকো....

শক্তিপীঠ কামাখ্যা দেৱালয়ত সংঘটিত হৈছে বৃহৎ কেলেংকাৰিৰ। কামাখ্যাৰ দেৱোত্তৰ ব’ৰ্ডৰ ৭.৬২ কোটি টকাৰ কেলেংকাৰিৰ অভিযোগত নাম সাঙোৰ খাইছে মুখ্য প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মাৰ।